ঘৰৰ বাকীবোৰ মানুহ কামে কাজে ওলাই যোৱাৰ পিছত জুৰি অকলশৰীয়া হৈ পৰে ৷ দুঃচিন্তাবোৰে বেৰি ধৰেহি ৷তথাপি মৌন ভাৱেই ঘৰৰ কাম কাজবোৰ কৰি থাকে ৷ আজৰি পালে টি ভি লগাই মোব’ ফটোবোৰ চায় ৷
দেৱৰাজ : কি খবৰ কামদেৱ ৷
কামদেৱ : মহাৰাজ , আপোনাৰ আদেশতে মই শিৱসাগৰৰ ৰাহুল নামৰ ডেকা এজনৰ গাত প্ৰৱেশ কৰিছোঁ ৷ সৌৱা চাওকচোন
জুৰিৰ চিল মিল টোপনি আহিছে ৷ হঠাত মোবাইলটো বাজিল ৷
জুৰি — হেল্লো
ৰাহল — মই ৰাহুল ৷ ভালনে তোমাৰ ?
জুৰি — ও
ৰাহুল —কি কৰি আছা ৷
জুৰি — নাই এনেয়ে বহি আছোঁ
।
তাৰ পিছত এটা দুটাকৈ বহু কথা পাতি পাতি দুয়ো পৰিণত হ’ল সদায় কথা পাতি থকা Couple এটাৰ দৰে ৷
ৰাহুল জানিছিল যে বৈবাহিক জীৱনত জুৰি সুখী নহয় ৷গিৰিয়েক সদায় মৰম নকৰে , চেক্স নকৰে তাইৰ লগত ৷ বৰ ক্ষুধাতুৰ জুৰি ৷
ৰাহুলে তাইক লগ কৰিব বিচাৰিছিল ৷
জুৰি — তুমি যোৰহাটত মোৰ লগ নোপোৱা ৷বেলেগ কৰবাত যাব লাগিব ৷
ৰাহুলে জুৰিৰ ফটো বিছাৰিছিল ৷ ২৭—২৮ বছৰীয়া জুৰিৰ ফটোবোৰ দেখি ৰাহুল বেহুছ ৷
ইমান ধুনীয়া জুৰি ৷
ৰাহুল : আপুনি শিৱসাগৰলৈ আহিব পাৰিব ৷
জুৰিয়ে ফোনটো কাটি শুই থাকিল ৷
দৃশ্য ৩
এদিন ৰাতি শুবৰ সময়ত জুৰিয়ে উচুপি আছিল ৷ তাকে দেখে গিৰিয়েক অনন্তই সুধিলে
” কি হ’লনো ? আজি আবেলিৰে পৰা মন মাৰি আছা ৷”
“ নমিতাৰ অসুখ ৷“
“ কোন নমিতা ?“
“ মোৰ লগৰ ছোৱালী ৷শিৱসাগৰত ঘৰ ৷“
“ কি হৈছে ?“
” কিবা চিৰিয়াছ বেমাৰ ৷তাইৰ লগত থকা মানুহো নাই ৷”
“ কিয় ?”
” যোৱা বছৰ কাৰ একচিদেন্তত গিৰিয়েক মৰিল ৷ শাহুৱেকৰ অৱস্থাও বেয়া ৷ হচপিটেলত তাই অকলে আছে ৷“
“ এৰা বেয়াই লাগিছে “৷
“ ব’লানা আমি দুয়ো গৈ খবৰ কৰি আহোঁ ৷“
“ মই যাব নোৱাৰিম ৷ চুটী নাই ৷ অহা মাহত পাৰিম ৷ কিন্তু বেছি দেৰি হ’ব ৷“
“ ও”
““এটা কাম কৰা ““
“ কি ”
““ তুমিয়েই গৈ দুদিনমান থাকি আহা ৷তাইৰো সুবিধা হ’ব ৷“
“কি ? মই অকলে ???“
“কিয় নোৱাৰিবা “
জুৰিয়ে মনে মনে ভালেই পালে ৷
গিৰিয়েক লগত গ’লে দেখোন একোৱেই নহ’ব ৷ “Thanks God “ মনতে ক“লে তাই ৷
কাৰণ তাইহে জানে যে শিৱসাগৰত তাইৰ লগৰ কোনো নাই ৷ তইৰ উদ্দেশ্য ৰাহুলক লগ কৰাহে ৷ উঔ
দৃশ্য ২

সত্য যি সুন্দৰ তাৰ অনন্ত যৌৱন