মোৰ কাহিনী
নমস্কাৰ মোৰ নাম মালতি। মোৰ ঘৰ লখিমপুৰ। মই আজি কবলৈ উলাইছো মোৰ জীৱনত ঘটি থকা কাহিনীৰ বিষয়ে । কথাটো হ’ল মই পঢ়ি থকা দিনৰে পৰা ল’ৰা এটাক ভাল পাও। তাৰ লগত কিমান সময় পাৰ কৰিলো। একে লগে আমি দুটাই কিমান যে পিৰিতি কৰিলো কবলৈ উপায় নাই। মই যে ল’ৰা এটা ভাল পাও মোৰ বাহিৰে ঘৰৰ … Read more