দৃশ্য ১
পুৱা গা পা ধুই জুৰিয়ে গোসাঁইঘৰত সোমাই আজিও ভগৱানৰ ওচৰত সেই একেই প্ৰাৰ্থনা কৰিছে “ হে কৰুণাময় ৷ মোক সুখ দিয়া ৷তুমি অন্তৰ্য্যামী ৷ মই সকলো নকলেও তুমি জানা ৷ এগৰাকী নাৰীয়ে স্বামীৰ পৰা কি বিচাৰে ৷ “
জুৰিৰ কাতৰ প্ৰাৰ্থনাৰ কবলত পৰি দেৱলোকত এখন সভা বহিল ৷
দেৱৰাজ : দেখাই শুনাই জুৰি ধুনীয়া ৷ স্বামীৰ সুখ নাপাই তাই হাহাকাৰ কৰিছে ৷ কিবা এটা উপায় কৰক কামদেৱ ৷
কামদেেৱ : এজন সুদৰ্শন চফল ডেকাৰ শৰীৰত মই প্ৰৱেশ কৰি জুৰিৰ দুখবোৰ কমোৱাৰ চেষ্টা কৰি চাম নেকি দেৱৰাজ ?
দেৱৰাজ : তাকে কৰক ৷
এদিন দুপৰীয়া facebook চাই থাকোতে এটা friends request পাই জুৰিয়ে profileত টিপিলে ৷ profile lock আছে ৷Request accept কৰাৰ লগে লগে profile খোল খালে ৷ফটোবোৰ চাই তাই ভাল লাগিল ৷
হঠাতে messanger ত কল আহিল ৷
জুৰিয় অকণো চিন্তা নকৰি receive কৰি দিলে ৷
জুৰি : হেল্ল’ কোনে ক’লে ৷
্ : মই ৰাহুল
জুৰি : ক’ত ঘৰ
ৰাহুল : শিৱসাগৰত ৷আপোনাৰ
জুৰি : যোৰহাট ৷
সেয়াই আৰম্ভণি
( পিছে পাঠক সকল
নিৰাশ নহ“ব
এটা মধুৰ কাহিনী আপোনাৰ বাবে লিখ আছো )