ডাক্তৰ অপু আৰু মই- ৫
আমি কেবিনলৈ গৈ বহিলোঁ। ৰাতি আঠ বাজিছিল। অপুৱে পিন্ধিছিল হালধীয়া ৰঙৰ দীঘল ফ্ৰক। আৰু মই পিন্ধি আছিলো চাৰ্ট আৰু পেণ্ট। আমি কেবিনত মুখামুখিকৈ বহি বিভিন্ন কথা পাতিলোঁ। আমি ৰাতিৰ আহাৰ খাই ৱাশ্বৰুমলৈ গ’লোঁ৷ ৱাশ্বৰুমৰ পৰা ওলাই কেবিনত সোমোৱাৰ লগে লগে মই আকাশৰ পৰা পৰিলোঁ। অপু মোৰ ফালে পিঠি দি হেলান দি বেগত কিবা এটা কৰি … Read more