পবিত্ৰতা ৩
পিছদিনা আমি জগিং কৰিবলৈ গ’লোঁ৷ জগিং কৰি আমি কলনী কেফেত সোমালোঁ৷ সকলোৱে আমাৰ ফালে ইমান কৌতুহলৰে চাই আছিল যেন কোনো এলিয়েনলৈ চাই আছে। মই বুজিলোঁ যে সকলোৰে চকু অপুৰ ওপৰত। তদুপৰি তাইৰ কাপোৰ-কানিয়েই আছিল তাইৰ সৌন্দৰ্য্য বৃদ্ধি কৰা অন্যতম কাৰণ। এতিয়ালৈকে মই তেনেকৈ লক্ষ্য কৰা নাছিলোঁ। সকলোৱে তাইৰ ফালে চাই থাকোঁতে মই লক্ষ্য কৰিলোঁ যে … Read more