লখীমী বোৱাৰী ১
ঘৰখনত অকলে থাকি আমনি লাগিছিল পৰীৰ। গিৰিয়েক চাকৰিসুত্রে বেংগালুৰুলৈ যোৱাৰ পাছত চাৰিমাহ আগতে বিয়াহৈ অহা পৰী খুবেই অকলশৰীয়া হৈ পৰিছিল। পৰীৰ শহুৰেকো কেনিবা ওলাই গৈছিল। ঘৰখনত অন্য কোনো প্রানী নথকাত তাই উপায়হীন হৈ বিছনা খনতে পৰি আছিল। ইফালে সন্ধিয়াও হৈ আহিল। শহুৰেক আহি নোপোৱাত পৰীয়ে ৰাতিৰ ভাত কেইটা সোনকালে বনাই মেলি আজৰি হোৱাৰ কথাই ভাবিলে। … Read more