কবিতাৰ ভোক- ৩
কবিতাই হাতখন ওপৰলৈ তুলি দুয়োৰে ফালে এবাৰ চাই তাইৰ নামটো ক’লে আৰু ছোৱালীজনীক ক’লে যে মই কবিতা। ইয়াৰ পিছত কবিতাই বিভিন্ন কথা-বতৰাৰ মাজেৰে গম পালে যে তেওঁলোক দুজনী নৱবিবাহিতা, যি দুজনী হনিমুন ইয়ালৈ আহিছিল। বিয়াৰ তিনিমাহ হ’ল যদিও সাত বছৰতকৈও অধিক সময় চিনাকি হৈছিল। কলেজীয়া জীৱনৰ পৰাই দুয়ো একেলগে আছিল। কথা পাতি থাকোঁতে কবিতাই বুজি … Read more