জংগলত মংগল
মোৰ ঘৰ গুৱাহাটিত। নাম বিক্রম।মোৰ দেউতা এজন চৰকাৰি চাকৰিয়াল। বেলতলাৰ এপার্টমেন্ট এটাৰ ফ্লেটত আমি থাকো। আমাৰ পৰিয়ালত মা দেউতা আৰু মই। মোৰ বয়স এতিয়া চব্বিশ বছৰ। পঢ়া শেষ কৰি এতিয়া এনেয়ে মা দেউতাৰ হোটেলত খাই আছো। মোৰ এটা সৰু কাহিনী আপোনালোকক কবলৈ ওলাইছো।আমাৰ ফ্লেটৰ কাষৰে ফ্লেটতোেত এটা ফেমেলি থাকে। আমাৰ ঘৰত যেনেকৈ মই একমাত্ৰ লৰা, … Read more