এগৰাকী বেশ্যাৰ পুত্ৰ (১৪ নং খণ্ড)
দুই ভাইক সুষমিতা আৰু নুপুৰৰ লগত এৰি আমি হানিমুনলৈ ৰাওনা হ’লোঁ৷ আমাৰ হানিমুনত নিশাই মোক লৈ গ’ল তাইৰ এজন গ্ৰাহকৰ বাগিচাৰ ঘৰলৈ। গছ-গছনিৰে ভৰা বৰ ধুনীয়া বাগিচাৰ ঘৰটো আছিল। ঘৰৰ পিছফালে এখন সৰু নদী বৈ আছে। কাষৰ ঘৰবোৰ যথেষ্ট দূৰৈত। আমি ইয়াত উপস্থিত হোৱাৰ লগে লগে নিশাই মোক বুজাই দিলে যে এজনক লগ পাওঁতে কেনেধৰণৰ … Read more