পোহৰ আৰু আন্ধাৰৰ খেল। ৪ নং খণ্ড
“তোমাৰ বাৰীখন বৰ ধুনীয়া, কোনে চোৱাচিতা কৰে?” আমি সুনীল বাবুৰ ঘৰত সোমাওঁতে মায়ে সুধিলে। দুপৰীয়া পাঁচ বাজিছিল। মা আৰু মই মাত্ৰ তেওঁৰ ঘৰত উপস্থিত হৈছিলোঁ। ৰেচমী আন্টি, ৰোহন আৰু ৰঞ্জনা আটাইকেইজনেই হাতত কফি কাপ লৈ বাৰাণ্ডাত থিয় হৈ আছিল। বাৰীখনলৈ চাই মাৰ কথাবোৰ ভেৰিফাই কৰিবলৈ চেষ্টা কৰিলো। শীতকালৰ বাবে বাৰীখনৰ গছবোৰ অলপ ৰুক্ষ আছিল যদিও … Read more