ফাগুনৰ পছোৱা বা ২
(যোৱা খণ্ডৰ পাছৰ পৰা) যদিও মই বেৰৰ কাষৰ পৰা মা আৰু বৌৰ কথা শুনিবলৈ চেষ্টা কৰি আছিলো, তথাপি মই ভালদৰে একো শুনা নাছিলো কিন্তু ওলাই যাবলৈও সাহস হোৱা নাছিল। আনকি বৌ যোৱাৰ পাছতো মই ওলাই নগলো। তেনেতে মা মোক চাহ খাবলৈ মাতিলে। চাহ খাই থকা সময়ত মাক নর্মেল দেখি মই নিশ্চিত হলো যে বৌ হয়তো … Read more