ৰাণী নন্দিনী – ৮
অমল বাবুৱে তেওঁৰ ফোনৰ পৰা নয়নৰ ভিডিঅ’টো হোৱাটছএপত চুফিয়ালৈ প্ৰেৰণ কৰে। “এইটো পঠাইছিলা নেকি অমল বাবু?” ভিডিঅ’টো পোৱাৰ লগে লগে চুফিয়াই অন কৰিলে। আৰু চোৱাৰ পিছত তাই প্ৰায় অজ্ঞান হৈ পৰিল। চুফিয়াৰ ভৰিৰ তলৰ মাটিখিনি যেন ক্ষন্তেক সময়ৰ বাবে লৰচৰ কৰিলে। মূৰ ঘূৰোৱাকৈ তাই বিচনাত বহিল। চুফিয়াই সপোনতো ভবা নাছিল যে নয়নে তাইক এনেকৈ প্ৰতাৰণা … Read more