মাতৃ-১ৰ সৈতে আন এখন পৃথিৱীত
ৰাতি দেৰি হৈ গৈছিল। কৌশিক বেলকনিত থিয় হৈ আকাশলৈ কৰুণ দৃষ্টিৰে চাই আছিল। হাত দুখন টান মুঠিত চেপি ধৰিছিল— যেন কিবা এটাৰ বাবে প্ৰাৰ্থনা কৰি আছে। “কৌশিক!” — পিছফালৰ পৰা হঠাতে মাত এটা শুনি সি আচৰিত হৈ পৰিল। “এনেকৈ থিয় হ’লে ঠাণ্ডা লাগিব!” “অ’… মা! ইয়াত, মই এনেকৈয়ে থিয় হৈ আছিলো।” — কৌশিকক অলপ অপ্ৰস্তুত … Read more